শেহতীয়া খবৰ
কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...

মোডী মন্ত্ৰীসভাত অমিত শ্বাহ! বিজেপি নেতাই দিলে শুভেচ্ছা…

395

ডিজিটেল ডেস্কঃ কিছুসময়ৰ পাছতে পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডীয়ে শপত ল’ব। লগতে শপত ল’ব কেবিনেট মন্ত্ৰী সকলেও। মোডী মন্ত্ৰীসভাত অমিত শ্বাহে স্থান পাব তাক লৈ উৎকন্ঠা মাৰ নৌযাওতেই গুজৰাটৰ প্ৰদেশ বিজেপিৰ অধ্যক্ষ জিতু বাঘানীয়ে টুইটাৰযোগে শ্বাহক শুভেচ্ছা জ্ঞাপন কৰে।

বৃহস্পতিবাৰে অমিত শ্বাহক দিল্লীত সাক্ষাৎ কৰাৰ পাছত জিতু বাঘানীয়ে টুইটাৰত লিখিছে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ এজন শক্তিশালী নেতা হিচাপে আমাক পথ প্ৰদৰ্শক অমিত শ্বাহে স্থান পোৱাৰ বাবে তেওলৈ অলেখ শুভেচ্ছা জ্ঞাপন কৰিলো।

উল্লেখ্য যে,বৰ্তমান বিজেপিৰ সভাপতিৰ দায়িত্বত থকা অমিত শ্বাহ মন্ত্ৰীসভাত অন্তভূক্ত হ’ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। খবৰ অনুসৰি বিজেপিৰ বহু শীৰ্ষনেতাই শ্বাহক সভাপতি হিচাপেই থকাতো বিচাৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি