শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ! বিজেপি বিধায়কৰ পদত্যাগ…

শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ! বিজেপি বিধায়কৰ পদত্যাগ…
  • দলৰ শীৰ্ষ নেতাৰ বিৰুদ্ধে ক্ষোভ।
  • গুজৰাটৰ বিজেপি বিধায়কে কৰিলে পদত্যাগ।
  • ছাভলি সমষ্টিৰ বিধায়ক Ketan Inamdar-য়ে কৰিলে পদত্যাগ।
  • দলৰ মন্ত্ৰী সকলে ইতিকিং কৰাৰ অভিযোগ।
  • ইফালে মন্ত্ৰীসকলৰ লগতে শীৰ্ষ নেতৃত্বইয়ো তেওঁক ইতিকিং কৰাৰ অভিযোগ।
  • দলীয় শীৰ্ষ নেতৃ্ত্বই তেওঁক গুৰুত্ব নিদিয়াৰ অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in