শেহতীয়া খবৰ
'কা' বিৰোধী প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰা শিল মূৰত লাগি মৃত্যু আৰক্ষীৰ হেড কণিষ্টবলৰ...  •  ঝংকাৰ শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান সম্পন্ন, দোষী সাব্যস্ত ১২ জনক...  •  মৃত্যু হ’ল উমানন্দত থকা একমাত্ৰ সোণালী বান্দৰটোৰ...  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO  •  আহমেদাবাদত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক আদৰণি জনাই কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  ভাৰত আজি দৰিদ্ৰতামুক্ত হোৱাৰ পথতঃ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প  •  মাৰ্কিন ৰাষ্ট্ৰপতিৰ মুখত বলীউডৰ প্ৰশংসা...  •  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই গণতান্ত্ৰিক দেশৰ এগৰাকী সফল নেতাঃ ডোনাল্ড ট্ৰাম্প  •  গুজৰাটৰ মোটেৰা ষ্টেডিয়ামত উপস্থিত ডোনাল্ড ট্ৰাম্প আৰু মেনালীয়া ট্ৰাম্প

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য কোন…

515
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি।
  • ডঃ প্ৰতাপ জ্যোতি সন্দিকৈক নিযুক্তি দিয়া হৈছে নতুন উপাচাৰ্য হিচাপে।
  • ডঃ সন্দিকৈ বিশ্ববিদ্যালয়খনৰ জৈৱ প্ৰযুক্তি বিভাগৰ অধ্যাপক।
  • ৰাষ্ট্ৰীয় মূল্যাংকন আয়োগৰো মূল্যাংকন অধ্যাপক ডঃ সন্দিকৈ।
  • ইফালে জৈৱ প্ৰযুক্তি গৱেষণাৰ বহুতো ৰাষ্ট্ৰীয় সংস্থাৰো তেখেত সদস্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি