গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য কোন…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য কোন…
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি।
  • ডঃ প্ৰতাপ জ্যোতি সন্দিকৈক নিযুক্তি দিয়া হৈছে নতুন উপাচাৰ্য হিচাপে।
  • ডঃ সন্দিকৈ বিশ্ববিদ্যালয়খনৰ জৈৱ প্ৰযুক্তি বিভাগৰ অধ্যাপক।
  • ৰাষ্ট্ৰীয় মূল্যাংকন আয়োগৰো মূল্যাংকন অধ্যাপক ডঃ সন্দিকৈ।
  • ইফালে জৈৱ প্ৰযুক্তি গৱেষণাৰ বহুতো ৰাষ্ট্ৰীয় সংস্থাৰো তেখেত সদস্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in