শেহতীয়া খবৰ
অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...  •  জম্মু-কাশ্মীৰৰ নিষেধাজ্ঞা সন্দৰ্ভত কি ক’লে ৰাজ্যপাল সত্যপাল মালিকে...

২০ চেপ্তেম্বৰত জি এছ টি পৰিষদৰ ৩৭ সংখ্যক বৈঠক…

119

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে জি এছ টি পৰিষদৰ ৩৬ সংখ্যক বৈঠক হৈ যোৱাৰ পাছত চলিত বৰ্ষৰ অহা ২০ চেপ্তেম্বৰত অনুষ্ঠিত হব জি এছ টি পৰিষদৰ ৩৭ সংখ্যক বৈঠক। গোৱাত অনুষ্ঠিত হবলগীয়া এই বৈঠকখনত প্ৰাইভেট হেলথ চেক্টৰত ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ৩৬ সংখ্যক পৰিষদৰ বৈঠকত বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত জি এছ টি ১৮ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি