শেহতীয়া খবৰ
আপোচবিহীনভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা...  •  মঙলদৈৰ দুকুৰি দৰিদ্ৰ পৰিয়ালক গৰম কাপোৰ উপহাৰ দি ভোগালীৰ ওলগ 'খাটি দৰঙীয়া ঝিয়া-লিকিৰা’ৰ  •  গোৱালপাৰাত ক’লা পতাকা প্ৰদৰ্শন মন্ত্ৰী অতুল বৰাক, VIDEO  •  সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ  •  এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ  •  জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী...  •  বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা নোখোজে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে...

জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী…

359
  • জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ আৰক্ষীৰ।
  • প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ গুলীবৰ্ষণ কৰিহে আগবাঢ়িব লগা হৈছে সেনা।
  • অধিক উত্তপ্ত পৰস্থিতি গুৱাহাটীত।
  • সেনাৰ হাতত গুৱাহাটীৰ দায়িত্ব দিও নিয়ন্ত্ৰণ কৰিব পৰা নাই প্ৰতিবাদকাৰীক।
  • মহানগৰীৰ বিভিন্ন স্থানত সেনাৰ ফ্লেগমাৰ্চ।
  • বৰঝাৰ অভিমুখে খানাপাৰাৰ পৰা আগবঢ়া মন্ত্ৰীক বাধা।
  • মেঘালয়ৰ মন্ত্ৰীৰ কনভয় আছিল এইটো।
  • নিৰাপত্তাৰ বাবে গেইম ভিলেজত সোমোৱাই দিয়া হয় কনভয় দলটো।
  • উক্ত স্থানত কেইবাশ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি