জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী…

জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী…
  • জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ আৰক্ষীৰ।
  • প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ গুলীবৰ্ষণ কৰিহে আগবাঢ়িব লগা হৈছে সেনা।
  • অধিক উত্তপ্ত পৰস্থিতি গুৱাহাটীত।
  • সেনাৰ হাতত গুৱাহাটীৰ দায়িত্ব দিও নিয়ন্ত্ৰণ কৰিব পৰা নাই প্ৰতিবাদকাৰীক।
  • মহানগৰীৰ বিভিন্ন স্থানত সেনাৰ ফ্লেগমাৰ্চ।
  • বৰঝাৰ অভিমুখে খানাপাৰাৰ পৰা আগবঢ়া মন্ত্ৰীক বাধা।
  • মেঘালয়ৰ মন্ত্ৰীৰ কনভয় আছিল এইটো।
  • নিৰাপত্তাৰ বাবে গেইম ভিলেজত সোমোৱাই দিয়া হয় কনভয় দলটো।
  • উক্ত স্থানত কেইবাশ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in