গুৱাহাটী ৰেলৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক আটক

গুৱাহাটী ৰেলৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক আটক
  • শুকুৰবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক আটক কৰিছে ৰেলৱে আৰক্ষীয়ে
  • ধৃত লোকজনৰ নাম বিৰাজ কিশোৰ কুমাৰ (২৬)। 
  • যুৱকজনৰ ঘৰ বিহাৰৰ বৈশালিত বুলি জানিব পৰা গৈছে।
  • পুৱা ৭ বজাত ৰেলৱে আৰক্ষীয়ে ত্ৰিপুৰা-বিহাৰ অভিমুখী সুন্দৰী এক্সপ্ৰেছত অভিযান চলাই গাঞ্জাসহ যুৱকজনক কৰায়ত্ত কৰে।
  • জব্দকৃত গাঞ্জাখিনিৰ ওজন ৭ কিলোগ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in