শেহতীয়া খবৰ
অৱশেষত আত্মসমৰ্পণ কৰিলে দীৰ্ঘদিনে পলাই ফুৰা এচিএছ বিষয়া নবাৰুন ভট্টাচাৰ্যই  •  বঙাইগাঁৱত খেদি খেদি দাৰে কাটি হত্যা এজনক  •  তৃতীয়খন টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়  •  নলবাৰীত ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ-গ্ৰন্থ উন্মোচনী সভা  •  অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি নহয়! ধনদাবী কৰি ৰঙাঘৰত সোমাল জাতীয় সংগঠনৰ নেতা  •  সৰুপথাৰত প্ৰাণতোষ দাস সোঁৱৰণী বক্তৃতা প্ৰতিযোগিতা সম্পন্ন  •  মা, এয়া তোমাৰ জন্মদিনৰ উপহাৰ...  •  অভয়াপুৰীৰ কাকৈজানাত পথ দুৰ্ঘটনাত নিহত শিক্ষক  •  আগন্তুক বিটিএডি নিৰ্বাচনত শক্তিশালীভাৱে অৱতীৰ্ণ হ'ব বিজেপিঃ ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়  •  বান্দৰদেৱাত ভাড়াঘৰত উদ্ধাৰ হেৰ’ইন, পলাতক মুল অভিযুক্ত...

গুৱাহাটী ৰেলৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক আটক

46
  • শুকুৰবাৰে গুৱাহাটী ৰেলৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক আটক কৰিছে ৰেলৱে আৰক্ষীয়ে
  • ধৃত লোকজনৰ নাম বিৰাজ কিশোৰ কুমাৰ (২৬)। 
  • যুৱকজনৰ ঘৰ বিহাৰৰ বৈশালিত বুলি জানিব পৰা গৈছে।
  • পুৱা ৭ বজাত ৰেলৱে আৰক্ষীয়ে ত্ৰিপুৰা-বিহাৰ অভিমুখী সুন্দৰী এক্সপ্ৰেছত অভিযান চলাই গাঞ্জাসহ যুৱকজনক কৰায়ত্ত কৰে।
  • জব্দকৃত গাঞ্জাখিনিৰ ওজন ৭ কিলোগ্ৰাম আৰু ইয়াৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি