মন গ’লেই গুৱাহাটীত ক্ৰয় কৰিব নোৱাৰিব গেলামালৰ সামগ্ৰী, নিৰ্দিষ্ট সময়তহে খুলিব দোকান, পঢ়ক সৱিশেষ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গেলামাল দোকান খোলা আৰু বন্ধ কৰাক কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ নিৰ্দেশনা।
  • পাইকাৰী গেলামালৰ দোকান পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈকেহে খুলি ৰাখিব পাৰিব।
  • এই নিৰ্দেশ অমান্য কৰিলে আইন মতে প্ৰশাসনে দিব শাস্তি।
  • খুচুৰা গেলামালৰ দোকান পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈকে খুলিব পাৰিব।
  • বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হৈছে এই নিয়ম।
  • পৰৱৰ্তী নিৰ্দেশনা দিয়া পৰ্যন্ত এই নিয়ম বাহাল থাকিব বুলি জনাই কামৰূপ মহানগৰ জিলা উপায়ুক্তই।
  • ইফালে গ্ৰাহকসকলৰো কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দুৰত্ব বজাই ৰখাৰ আহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in