শেহতীয়া খবৰ
হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...

মন গ’লেই গুৱাহাটীত ক্ৰয় কৰিব নোৱাৰিব গেলামালৰ সামগ্ৰী, নিৰ্দিষ্ট সময়তহে খুলিব দোকান, পঢ়ক সৱিশেষ…

581
  • কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গেলামাল দোকান খোলা আৰু বন্ধ কৰাক কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ নিৰ্দেশনা।
  • পাইকাৰী গেলামালৰ দোকান পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈকেহে খুলি ৰাখিব পাৰিব।
  • এই নিৰ্দেশ অমান্য কৰিলে আইন মতে প্ৰশাসনে দিব শাস্তি।
  • খুচুৰা গেলামালৰ দোকান পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈকে খুলিব পাৰিব।
  • বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হৈছে এই নিয়ম।

  • পৰৱৰ্তী নিৰ্দেশনা দিয়া পৰ্যন্ত এই নিয়ম বাহাল থাকিব বুলি জনাই কামৰূপ মহানগৰ জিলা উপায়ুক্তই।
  • ইফালে গ্ৰাহকসকলৰো কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দুৰত্ব বজাই ৰখাৰ আহ্বান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি