টকিঅ’ত পৰাস্ত ভাৰতীয় মহিলা হকী দল

টকিঅ’ত পৰাস্ত ভাৰতীয় মহিলা হকী দল
  • টকিঅ' অলিম্পিকৰ পৰা পুনৰ আহিছে বেয়া খবৰ।
  • মহিলা হকীত পৰাস্ত হ'ল ভাৰত।
  • ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দল পৰাস্ত হৈছে।
  • ১-৪ ব্যৱধানত পৰাস্ত হৈছে ভাৰতীয় মহিলা দলটো।
  • ভাৰতৰ হৈ একমাত্ৰ গ'লটো কৰিবলৈ সক্ষম হয় শৰ্মিলা দেৱীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in