চোপিয়ানত চিআৰপিএফৰ চাউনীলৈ গ্ৰেণেড নিক্ষেপ

  • জম্মু-কাশ্মীৰৰ চোপিয়ানত চি আৰ পি এফ বাহিনীৰ চাউনীলৈ গ্ৰেণেড নিক্ষেপ।
  • সৌভাগ্যক্ৰমে চাউনীৰ বাহিৰত বিস্ফোৰিত হয় গ্ৰেণেডটো।
  • গ্ৰেণেড দলিয়য়েই পলায়ন কৰে দুৰ্বৃত্তই।
  • দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।
  • ঘটনা সন্দৰ্ভত আৰম্ভ কৰা হৈছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in