৬২ সংখ্যক গ্ৰেমী এৱাৰ্ডছ…

৬২ সংখ্যক গ্ৰেমী এৱাৰ্ডছ…

ডিজিটেল ডেস্কঃ ৬২সংখ্যক গ্ৰেমী এৱাৰ্ডছৰ বঁটা প্ৰদান অনুষ্ঠিত দেওবাৰে অনুষ্ঠিত হয়। ল'ছ এঞ্জেলিছৰ ষ্টেপলছ চেন্টাৰত অনুষ্ঠিত হয় এই বঁটা বিতৰণ অনুষ্ঠানটি। ২০১৮চনৰ ১ অক্টোবৰৰ পৰা ২০১৯ৰ ৩১ আগষ্টলৈ বেষ্ট ৰেকৰ্ডিং, কম্পজিং আৰু শিল্পীসকলকে ধৰি মুঠ ৮৪টা শিতানত মনোনিত কৰা হয়। আৰু তাৰ ভিতৰত কেইটামান শিতানত বঁটা লাভ কৰা তালিকা-

  • বেষ্ট কমেডী এলবামঃ ডেভ চেপেলৰ 'ষ্টিকছ এণ্ড ষ্ট'নছ'।
  • বেষ্ট কাউণ্ট্ৰী ডুঅ/গ্ৰুপ পাৰ্ফৰ্মেন্সঃ ডেন আৰু শ্বায়ৰ 'স্পিচলেছ'।
  • বেষ্ট প'প ছ'ল' পাৰ্ফৰ্মেন্সঃ লিজ্জ'ৰ 'ট্ৰুথ হাৰ্টছ'।
  • বেষ্ট প'প ভ'কেল এলবামঃ বিলি ইলিছৰ 'হোৱেন উই অল ফল এস্লিপ, হোৱেৰ ডু উই গ'?'
  • বষ্ট প'প ডুঅ/ গ্ৰুপ পাৰ্ফৰ্মেন্সঃ লিল নেছ এক্স আৰু বিলি ৰেয় চাইৰাছৰ 'অল্ড টাউন ৰোড'।
  • বেষ্ট ট্ৰেডিশ্যনেল প'প ভ'কেল এলবামঃ এলভিছ কোষ্টেল্ল আৰু দ্য ইম্পোষ্টাৰছৰ 'লুক নাও'।
  • বেষ্ট আৰ এণ্ড বি এলবামঃ এণ্ডাৰছন পাকৰ 'ভেনছাৰ'।
  • বেষ্ট আৰ্বান কন্টেম্প'ৰেৰী এলবামঃ লিজ্জ'ৰ 'ক'জ আই লাভ ইউ'।
  • বেষ্ট আৰ এণ্ড বি ছংগঃ পি জে মৰ্টন আৰু জ'জ'ৰ 'ছে' ছ'।
  • বেষ্ট ট্ৰেডিশ্যনেল আৰ এণ্ড বি পাৰ্ফৰ্মেন্সঃ লিজ্জ'ৰ 'জেৰোম'।
  • বিষ্ট আৰ এণ্ড বি পাৰ্ফৰ্মেন্সঃ এণ্ডাৰছন পাক আৰু এন্ড্ৰেৰ 'কাম হ'ম'।
  • বেষ্ট ৰ'ক ছংগঃ গেৰী ক্লাৰ্ক আৰু জুনিয়ৰৰ 'ডিছ লেণ্ড'।
  • বেষ্ট ৰ'ক পাৰ্ফৰ্মেন্সঃ গেৰী ক্লাৰ্ক আৰু জুনিয়ৰৰ 'ডিছ লেণ্ড'।
  • বেষ্ট কন্টেম্পৰেৰী ব্লুছ এলবামঃ গেৰী ক্লাৰ্ক আৰু জুনিয়ৰৰ 'ডিছ লেণ্ড'।
  • বেষ্ট ৰ'ক এলবামঃ কেজ দ্য এলিফেন্টৰ 'ছ'চিয়েল কুছ'।
  • বেষ্ট স্পকেন ৱ'ৰ্ড এলবামঃ মিচেল অবামাৰ 'বিকামিং'।
  • বেষ্ট আমেৰিকান ৰুটছ পাৰ্ফৰ্মেন্সঃ ছাৰা বেৰিলেছৰ 'ছেইন্ট হনেষ্ট'।
  • বেষ্ট অল্টাৰনেটিভ মিউজিক এলবামঃ ভেম্পায়াৰ উইকেণ্ডৰ 'ফাডাৰ অৱ দ্য ব্ৰাইড'।
  • প্ৰডিউচাৰ অৱ দ্য ইয়েৰ, ন'ন-ক্লাছিকঃ ফিনিয়াছ।
  • বেষ্ট মিউজিক ফিল্মঃ বেয়ন্সৰ 'হ'ম কামিং'।
  • বেষ্ট কাউন্ট্ৰী এলবামঃ তানিয়া টাকাৰৰ 'হোৱাইল আই এম লিভিং'।
  • বেষ্ট কাউন্ট্ৰী ছংগঃ তানিয়া টাকাৰৰ 'ব্ৰিং মাই ফ্লাৱাৰ নাও'।
  • বেষ্ট কাউন্ট্ৰী ছ'ল' পাৰ্ফৰ্মেন্সঃ উইলি নেলছনৰ 'ৰাইড মি বেক হ'ম'।
  • বেষ্ট ৰেপ ছংগঃ ২১ ছেভেজ আৰু জে কোলৰ 'এ ল'ট'।
  • বেষ্ট ৰেপ পাৰ্ফৰ্মেন্সঃ নিপছী হাছল আৰু ৰবি ৰিচ এণ্ড হিট বয়ৰ 'ৰেকছ ইন দ্য মিডল'।
  • বেষ্ট মিউজিকেল থিয়েটাৰ এলবামঃ হেডছ টাউন।
  • বেষ্ট মেটেল পাৰ্ফৰ্মেন্সঃ টুলৰ '৭এমপেষ্ট'।
  • বেষ্ট ছংগ ৰিটেন ফৰ ভিজুৱেল মিডিয়াঃ লেডি গাগাৰ 'আই উইল নেভাৰ লাভ এগেইন'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in