গোৱালপাৰাৰ ৰংজুলিত দ্ৰুতবেগী ট্ৰেভেলাৰৰ খুন্দা গছত, থিতাতে নিহত ২

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • গোৱালপাৰাৰ ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দ্ৰুতবেগী ট্ৰেভেলাৰ বাহনে খুন্দা মাৰে পথৰ কাষতে থকা এজোপা গছত।
  • দুৰ্ঘটনা ইমানেই ভয়ংকৰ আছিল যে ট্ৰেভেলাৰৰ খুন্দাত গছ উভালি পৰাৰ লগতে চূৰ্ণ-বিচূৰ্ণ হয় বাহনখন।
  • চালকৰ মইমতালিৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
  • দুৰ্ঘটনাত থিতাতে নিহত হয় ২ জনকৈ লোক, আহত হয় প্ৰায় ৩০ জন লোক।
  • নগাঁৱৰ জুৰীয়ালৈ আহি আছিল বাহনখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in