গোৱালপাৰাৰ মাটিয়াত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ১৫খন ব্যৱসায়িক প্ৰতিষ্ঠান…

গোৱালপাৰাৰ মাটিয়াত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ১৫খন ব্যৱসায়িক প্ৰতিষ্ঠান…
  • গোৱালপাৰা জিলাৰ মাটিয়াত নিশা বিধ্বংসী অগ্নিকাণ্ড।
  • জুইত জাহ গ'ল ১৫খন ব্যৱসায়িক প্ৰতিষ্ঠান।
  • ৩০ লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতিসাধন।
  • নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিনিৰ্বাপকৰ ৩খন গাড়ীৰে নিৰ্বাপিত কৰে জুই।
  • শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in