গোৱালপাৰাৰ জিলাৰ শেহতীয়া ফলাফল, Updates

গোৱালপাৰাৰ জিলাৰ শেহতীয়া ফলাফল, Updates

গোৱালপাৰাৰ জিলাৰ ১৬খন জিলা পৰিষদৰ ফলাফল ঘোষণা

  • ৭ খনত কংগ্ৰেছ
  • ৩ খনত এ আই ইউ ডি এফ
  • ৩ খনত বিজেপি
  • এখনত ৰাভা হাচং যৌথ সংগ্ৰাম সমিতি
  • আৰু ২খনত নিৰ্দলীয় প্ৰাৰ্থী জয়ী

কংগ্ৰেছে দখল কৰা জিলা পৰিষদসমূহ হ'লঃ

  • ভাশানীপাৰা
  • চুনাৰী
  • কৃষ্ণাই
  • মাটিয়া
  • ৰংজুলি
  • আমবাৰী
  • আগিয়া।

বিজেপিৰ দখললৈ যোৱা জিলা পৰিষদসমূহ হ'লঃ

  • ধূপধাৰা
  • কুশধোৱা
  • বদাহপুৰ

এ আই ইউ ডি এফে দখল কৰা জিলা পৰিষদ

  • জলেশ্বৰ
  • টাকিমাৰী
  • ৰাজমিতা

দ্বাৰকা জিলা পৰিষদ দখল কৰিছে ৰাভা হাচং যৌথ সংগ্ৰাম সমিতিয়ে।

দদান আৰু শ্ৰী সূৰ্যগিৰি জিলা পৰিষদত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়লাভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in