গোৱালপাৰাত ৬ বছৰীয়া শিশুক বলাত্‍কাৰ কৰি হত্যা কৰা অভিযোগত ১ জনক গ্ৰেপ্তাৰ

  • গোৱালপাৰাৰ ৰংজুলিৰ শিমলীতোলাত বলাত্‍কাৰত অভিযুক্ত এজনক গ্ৰেপ্তাৰ।
  • এটি ৬ বছৰীয়া শিশুক বলাত্‍কাৰ কৰি হত্যা কৰা অভিযোগত গ্ৰেপ্তাৰ কালু মুণ্ডা নামৰ লোকজন।
  • ধাননি পথাৰত উদ্ধাৰ হৈছিল শিশুটিৰ মৃতদেহ।
  • গামোচাৰে ডিঙি চেপি হত্যাৰ সন্দেহ শিশুটিক।
  • ঘটনাৰ পিছৰে পৰা পলাতক হৈ আছিল কালু মুণ্ডা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in