গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী…

গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী…
  • গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত পৰিছে দুই হত্যাকাৰী।
  • হাৰমতিৰ ৰবি দাস নামৰ চালকক হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দুজনক।
  • অভিযুক্তদ্বয়ৰ নাম ৰফিকুল ইছলাম আৰু মোস্তাফিজুৰ।
  • অভিযুক্ত দুই হত্যাকাৰীক সোধা-পোছা অব্যাহত আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in