শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

স্বাস্থ্য মন্ত্ৰীৰ বিশেষ ঘোষণাঃ সোমবাৰৰ পৰা গুৱাহাটীত হোম আইছ’লেশ্যনত থকা কোৰোনা ৰোগীক দিয়া হ’ব বিনামূলীয়াকৈ অক্সিমিটাৰ আৰু ঔষধ…

970

ডিজিটেল ডেস্কঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে কৰে এক বিশেষ ঘোষণা। গুৱাহাটী মহানগৰীত কোৰোনাত আক্ৰান্ত যিসকল ৰোগী হোম আইছ’লেশ্যনত আছে, তেওঁলোকক সোমবাৰৰ পৰা চৰকাৰৰ ফালৰ পৰা ঔষধ আৰু অক্সিমিটাৰ যোগান ধৰা হ’ব।

টুইটাৰযোগে এই কথা ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে। তেওঁ টুইটটোত লিখিছে- ‘অহা কালিৰ পৰা গুৱাহাটী মহানগৰীত যিসকল কোৰোনাক্ৰান্ত ৰোগীসকল হোম আইছ’লেশ্যনত আছে তেওঁলোকক আমি অক্সিমিটাৰ আৰু ফাৰ্ষ্ট লাইন ছাপ’ৰ্টিভ মেডিচিন সম্পূৰ্ণ বিনামূলীয়াকৈ যোগান ধৰিম।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি