বেয়া খবৰ! ৪দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়…

বেয়া খবৰ! ৪দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়…
  • বৃহস্পতিবাৰৰ পৰা দেওবাৰলৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।
  • বৃহস্পতিবাৰ আৰু শুকুৰবাৰে চৰকাৰী কাৰ্যালয় বন্ধ থাকিব হোলীৰ বাবে।
  • শনিবাৰে মাহৰ চতুৰ্থ শনিবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।
  • সোমবাৰেহে চৰকাৰী কাৰ্যালয়ত কাৰ্য সম্পাদন কৰিব পাৰিব কৰ্মচাৰীয়ে।
  • অৱশ্যে কোষাগাৰ খুলি ৰখাৰ নিৰ্দেশ অসম চৰকাৰৰ।
  • মাৰ্চ এণ্ডিঙৰ বাবে শুকুৰবাৰ আৰু শনিবাৰে খোলা থাকিব কোষাগাৰ।
  • বিত্ত বিভাগৰ নিৰ্দেশমৰ্মে খোলা ৰখা হ'ব কোষাগাৰ প্ৰাধীকাৰীৰ কাৰ্যালয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in