স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ…

স্বাধীনতাৰ অমৃত মহোৎসৱৰ মাজতে ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ…
  • ১৪ আগষ্টত বিভাজন বিভীষিকা স্মৃতি দিৱস পালনৰ আহ্বান চৰকাৰৰ।
  • ১৯৪৭ চনৰ ১৪ আগষ্টত দেশ বিভাজনৰ ফলত সংঘটিত হৈছিল হিংসাত্মক ঘটনাৱলী।
  • লক্ষ লক্ষ ভাৰতীয়ই হেৰুৱাইছিল নিজৰ ঠিকনা আৰু প্রাণ।
  • সেই ভাৰতীয়সকলক শ্রদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই আহ্বান।
  • সন্ধিয়াৰ ভাগত নিজ বাসগৃহত এগছিকৈ বন্তি প্রজ্জ্বলনৰো আহ্বান চৰকাৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in