গুৱাহাটীত উপস্থিত গোবিন্দা, ক’লে, ‘অসমৰ এই মাটিক প্ৰণাম কৰিছো’
- গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেতা গোবিন্দা।
- ফিল্মফেয়াৰ অনুষ্ঠানত অংশ লব তেওঁ।
- বৰঝাৰত উপস্থিত হৈ ক’লে, অসমৰ এই মাটিক প্ৰণাম কৰিছো।
- পূজা-পাৰ্থনাৰ বাবে ইয়ালৈ আহো।
- প্ৰথমবাৰৰ বাবে অসমত এনে এটা অনুষ্ঠান হৈছে, ভাল লাগিছে।
- আয়োজকক ধন্যবাদ অভিনেতা গোবিন্দাৰ।