শেহতীয়া খবৰ
এলাগী হৈছে গুৱাহাটী!  •  ৰাজ্যত পুনৰ ৮১৪জনৰ দেহত ধৰা পৰে কোভিড-১৯...  •  চানমাৰিস্থিত অগ্নিনিৰ্বাপক বাহিনীৰ ১৬জন কৰ্মচাৰীৰ দেহত কোভিড-১৯...  •  কোভিড-১৯ঃ অসমত পুনৰ এগৰাকী মহিলাই হেৰুৱালে প্ৰাণ...  •  গুৱাহাটীত কিমান আৰক্ষী আক্ৰান্ত কোভিড-১৯ত...  •  এনএইচপিচিয়ে নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত মুখ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহ...  •  কেনেকৈ দিছপুৰৰ সচিবালয়ত লাগিল জুই...  •  অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত সচিবালয়ত উপস্থিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...  •  অসম সচিবালয়ৰ ‘বি’ ব্ল’কত ৰহস্যজনক অগ্নিকাণ্ড, জাহ গ’ল বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ...

গুৱাহাটীত উপস্থিত গোবিন্দা, ক’লে, ‘অসমৰ এই মাটিক প্ৰণাম কৰিছো’

539
  • গুৱাহাটীত উপস্থিত বলীউডৰ অভিনেতা গোবিন্দা।
  • ফিল্মফেয়াৰ অনুষ্ঠানত অংশ লব তেওঁ।
  • বৰঝাৰত উপস্থিত হৈ ক’লে, অসমৰ এই মাটিক প্ৰণাম কৰিছো।
  • পূজা-পাৰ্থনাৰ বাবে ইয়ালৈ আহো।
  • প্ৰথমবাৰৰ বাবে অসমত এনে এটা অনুষ্ঠান হৈছে, ভাল লাগিছে।
  • আয়োজকক ধন্যবাদ অভিনেতা গোবিন্দাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি