শেহতীয়া খবৰ
জি এছ ৰোডত এফালৰ পৰা গুলীবৰ্ষণ কৰি আগবাঢ়িব লগা হৈছে আৰক্ষী...  •  উত্তপ্ত লতাশিলঃ খেলপথাৰত প্ৰৱেশ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী...  •  চানমাৰী থানাৰ সমীপতে ব্যাপক প্ৰতিবাদ...  •  চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন...  •  গুৱাহাটীত উত্তপ্ত পৰিৱেশঃ সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে...  •  কেব আমি নামানোঃ নুমলীগড়ত বাগিচাই বাগিচাই চাহ শ্ৰমিকৰ কেবৰ তীব্ৰ প্ৰতিবাদ, VIDEO  •  আহ অসমীয়া ওলাই আহঃ চানমাৰীত আৰক্ষীৰ সমুখতে উত্তাল প্ৰতিবাদ...  •  সেনা-আৰক্ষীৰ নিছিদ্ৰ নিৰাপত্তাৰ মাজতো লতাশিলত সমাগম ৰাইজঃ উপস্থিত শিল্পী মানস ৰবীন...  •  ভাৰতৰ সাংবিধানিক ইতিহাসত এয়া এটা ক’লা দিনঃ ছোনিয়া গান্ধী  •  এই বিশ্বাস ঘাতকতাৰ পৰিণাম ভুগিব লাগিব...

সলনি হ’ল কেইবাখনো ৰাজ্যৰ ৰাজ্যপাল, পঢ়ক এই খবৰ

869
  • কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ সালসলনি কৰা হৈছে।
  • উত্তৰ প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে আনন্দিবেন পেটেলক।
  • পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি জগদ্বীপ ধানখাৰক।
  • ৰমেশ বাইছক নিযুক্তি ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে।
  • মধ্যপ্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাল জি টেণ্ডনক।
  • বিহাৰৰ ৰাজ্যপাল হিচাপে ফাগু চৌহানক নিযুক্ত।
  • ইফালে আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি