কোৰোনাক লৈ কঠোৰ মেঘালয়ৰ চৰকাৰ…

কোৰোনাক লৈ কঠোৰ মেঘালয়ৰ চৰকাৰ…
  • ১৪ দিনৰ বাবে মেঘালত প্ৰবেশ কৰিব নোৱাৰিব কোনো লোক ।
  • মেঘালয়ৰ পৰা ঘূৰি আহিছে শ শ অসমৰ শ্ৰমিক ।
  • মেঘালয়ৰ বিভিন্ন স্থানত থকা কয়লা খনি আৰু নিৰ্মান প্ৰতিষ্ঠানত কাম কৰি আছিল শ্ৰমিক সকল ।
  • কোভিডৰ পৰিস্থিতিৰ বাবে কঠোৰ হৈছে মেঘালয় চৰকাৰ ।
  • উল্লেখযোগ্য যে মেঘালয়ৰ পৰা অহা কোনো শ্ৰমিকক বৰ্তমানলৈ কোনো কোভিড পৰীক্ষা নকৰাৰ বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in