অন্ত পৰিল ৰাজ্যপালে প্ৰদান কৰা ডেডলাইন! বিধানসভাত বহুমত প্ৰমাণ নকৰিলে মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে…

অন্ত পৰিল ৰাজ্যপালে প্ৰদান কৰা ডেডলাইন! বিধানসভাত বহুমত প্ৰমাণ নকৰিলে মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে…
  • অন্ত পৰিল কৰ্ণাটকৰ ৰাজ্যপাল বাজুভাই বালাই মুখ্যমন্ত্ৰী কুমাৰস্বামীক প্ৰদান কৰা ডেডলাইন।
  • মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি দিনৰ ডেৰ বজাৰ ভিতৰত বিধানসভাত বহুমত প্ৰমাণৰ নিৰ্দেশ দিছিল ৰাজ্যপালগৰাকীয়ে।
  • কিন্তু ৰাজ্যপালৰ নিৰ্দেশ পালন নকৰিলে মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে।
  • ইফালে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে নিৰ্দেশ পালনৰ সিদ্ধান্ত ঠেলি দিয়ে মুখ্যমন্ত্ৰীলৈ।
  • 'ৰাজ্যপালে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল, গতিকে নিৰ্দেশ পালন কৰিব নে নাই সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীয়েই ল'ব।'
  • এইদৰে মন্তব্য কৰে বিধানসভাৰ অধ্যক্ষই।
  • আবেলি ৩ বজালৈ স্থগিত ৰখা হৈছে বিধানসভাৰ অধিবেশনৰ কাম কাজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in