শেহতীয়া খবৰ
গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...  •  ন্যায়ালয়ৰ অনুমতি, ৫ দিনৰ বাবে চিবিআইৰ জিম্মাত থাকিব পি চিদাম্বৰাম...  •  ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা  •  ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা

অন্ত পৰিল ৰাজ্যপালে প্ৰদান কৰা ডেডলাইন! বিধানসভাত বহুমত প্ৰমাণ নকৰিলে মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে…

904
  • অন্ত পৰিল কৰ্ণাটকৰ ৰাজ্যপাল বাজুভাই বালাই মুখ্যমন্ত্ৰী কুমাৰস্বামীক প্ৰদান কৰা ডেডলাইন।
  • মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি দিনৰ ডেৰ বজাৰ ভিতৰত বিধানসভাত বহুমত প্ৰমাণৰ নিৰ্দেশ দিছিল ৰাজ্যপালগৰাকীয়ে।
  • কিন্তু ৰাজ্যপালৰ নিৰ্দেশ পালন নকৰিলে মুখ্যমন্ত্ৰী কুমাৰস্বামীয়ে।
  • ইফালে বিধানসভাৰ অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে নিৰ্দেশ পালনৰ সিদ্ধান্ত ঠেলি দিয়ে মুখ্যমন্ত্ৰীলৈ।
  • ‘ৰাজ্যপালে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল, গতিকে নিৰ্দেশ পালন কৰিব নে নাই সেই সিদ্ধান্ত মুখ্যমন্ত্ৰীয়েই ল’ব।’
  • এইদৰে মন্তব্য কৰে বিধানসভাৰ অধ্যক্ষই।
  • আবেলি ৩ বজালৈ স্থগিত ৰখা হৈছে বিধানসভাৰ অধিবেশনৰ কাম কাজ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি