তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ…

তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ…
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন তিনি আৰক্ষী।
  • এই তথ্যজি এম চি এইছৰ অধীক্ষকৰ।
  • চিকিৎসাধীন আৰক্ষী তিনিগৰাকী অমৃত ৰায় চৌধুৰী, অপূৰ্ব ৰাহাং আৰু মুনীৰ আহমেদ।
  • মুনীৰ আহমেদৰ স্বাস্থ্য সংকটমুক্ত নহয় যদিও চিন্তাৰ কাৰণ নাই।
  • উচ্ছেদিত সাধাৰণ লোকৰ ভিতৰত ৮জন লোক চিকিৎসাধীন।
  • এইসকলৰ ভিতৰত আছে এগৰাকী ১৩ বছৰীয়া কিশোৰো।
  • এইসকল চিকিৎসাধীন লোকৰ ভিতৰত দুগৰাকী বুলেটট আঘাতপ্রাপ্ত।
  • চিকিৎসাধীন ৰেজা খাতুনৰ পেটত বুলেট সোমাইছিল।
  • অৱশ্যে বৰ্তমান তেওঁৰো চিন্তাৰ কোনো কাৰণ নাই।
  • অস্ত্রোপচাৰৰ এতিয়াই প্রয়োজন নাই।
  • এই মন্তব্য জি এম চি এইছৰ অধ্যক্ষৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in