শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ…

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন তিনি আৰক্ষী।
  • এই তথ্যজি এম চি এইছৰ অধীক্ষকৰ।
  • চিকিৎসাধীন আৰক্ষী তিনিগৰাকী অমৃত ৰায় চৌধুৰী, অপূৰ্ব ৰাহাং আৰু মুনীৰ আহমেদ।
  • মুনীৰ আহমেদৰ স্বাস্থ্য সংকটমুক্ত নহয় যদিও চিন্তাৰ কাৰণ নাই।
  • উচ্ছেদিত সাধাৰণ লোকৰ ভিতৰত ৮জন লোক চিকিৎসাধীন।
  • এইসকলৰ ভিতৰত আছে এগৰাকী ১৩ বছৰীয়া কিশোৰো।
  • এইসকল চিকিৎসাধীন লোকৰ ভিতৰত দুগৰাকী বুলেটট আঘাতপ্রাপ্ত।
  • চিকিৎসাধীন ৰেজা খাতুনৰ পেটত বুলেট সোমাইছিল।
  • অৱশ্যে বৰ্তমান তেওঁৰো চিন্তাৰ কোনো কাৰণ নাই।
  • অস্ত্রোপচাৰৰ এতিয়াই প্রয়োজন নাই।
  • এই মন্তব্য জি এম চি এইছৰ অধ্যক্ষৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি