গৰৈমাৰীত বন বিভাগৰ অস্থায়ী কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

  • দক্ষিণ কামৰূপৰত উত্তেজনা।
  • গৰৈমাৰী বন বিভাগৰ অস্থায়ী কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি।
  • চোৰাং কাঠসহ দুজন ব্যৱসায়ীক বন বিভাগে আটক কৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
  • ধৃত চোৰাং কাঠ ব্যৱসায়ী দুজনক মুকলি কৰি দিয়াৰ বাবে ব্যৱসায়ীদ্বয়ৰে বনকৰ্মীৰ গোপন বুজাবুজিৰ অভিযোগ।
  • চোৰাং কাঠ ব্যৱসায়ী দুজনক বনকৰ্মীয়ে ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in