গড়চুক আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী…

গড়চুক আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী…

  • এইবাৰ গড়চুক আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী।
  • এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কদম আলী নামৰ সৰবৰাহকাৰীটোক।
  • ধৃত কদম আলীৰ ঘৰ দক্ষিণ শালমাৰাত বুলি জানিব পৰা গৈছে।
  • ধৃত সৰবৰাহকাৰীটোৰ পৰা এটা চাবোনৰ বাকচত জব্দ কৰিছে ১২ গ্ৰাম হিৰ'ইন।
  • ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি সোধা পোছা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in