টেট উত্তীৰ্ন সকলৰ বাবে সুখবৰ, জীৱন কাললৈ বৃদ্ধি টেটৰ প্ৰমান পত্ৰৰ ম্যাদ…

টেট উত্তীৰ্ন সকলৰ বাবে সুখবৰ, জীৱন কাললৈ বৃদ্ধি টেটৰ প্ৰমান পত্ৰৰ ম্যাদ…

ডিজিটেল ডেস্ক : শিক্ষক আৰু প্ৰশিক্ষাৰ্থী সকলৰ বাবে সুখবৰ কঢ়িয়াই টেটৰ প্ৰমান পত্ৰৰ ম্যাদ জীৱন কাললৈ বৃদ্ধি কৰিলে ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদে । এবাৰ টেট উত্তীৰ্ণ হ'লে আৰু দিব নালাগে টেট পৰীক্ষা ।পূৰ্বতে এবাৰ টেট উত্তীৰ্ণ হ'লে ৭ বছৰৰ ম্যাদ আছিল ।

এনচিটিইয়েই ৫০ সংখ্যক সাধৰণ সভাত টেটৰ প্ৰমানপত্ৰৰ ম্যাদ সাত বছৰৰ পৰা জীৱন কাললৈ বৃদ্ধিৰ প্ৰক্ৰিয়াত অনুমোদনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় । এই সংক্ৰান্তত আইনী ব্যৱস্থা গ্ৰহণ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব এনচিটিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in