পেট্ৰ’ল-ডিজেল নহয়, এইবাৰ সোণ-ৰূপে কন্দোৱাব আপোনাক

পেট্ৰ’ল-ডিজেল নহয়, এইবাৰ সোণ-ৰূপে কন্দোৱাব আপোনাক
  • বৃদ্ধি পালে সোণ-ৰূপৰ দাম ।
  • প্ৰতি ১০ গ্ৰাম সোণত বৃদ্ধি পালে ৫৪০ টকাকৈ।
  • প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য হ'লগৈ ৩২,৬৪০ টকা।
  • ইফালে বৃদ্ধি পালে ৰূপৰ মূল্যয়ো।
  • প্ৰতি কি:গ্ৰা: ৰূপত বৃদ্ধি পালে ১৪২৫ টকাকৈ।
  • বৰ্তমান প্ৰতি কি:গ্ৰা: ৰূপৰ মূল্য ৩৯,২২৫ টকা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in