পুণেত ৪ বিদেশী মহিলাৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ

পুণেত ৪ বিদেশী মহিলাৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ
  • পুণে বিমান বন্দৰত আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সোণ৷
  • চুডানৰ ৪ মহিলাৰ পৰা আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সোন৷
  • জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৬৬ লাখ ৫১ হাজাৰ৷
  • চুটকেছত ভৰাই ভাৰতৰ বাহিৰলৈ নিয়াৰ সময়তে জব্দ কৰা হৈছে সোণখিনি৷
  • মহিলা ৪গৰাকীৰ বিৰুদ্ধে ১০৮ ধাৰাৰ অধীনত গোচৰ ৰুজু আৰক্ষীৰ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in