শেহতীয়া খবৰ
বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...  •  ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন...

পুনৰ বৃদ্ধি পালে সোনৰ মূল্য…

490

ডিজিটেল ডেস্কঃ বিয়াৰ বতৰ।আপুনিও গঢ়াব খুজিছে নেকি সোনৰ গহণা ? দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে মূল্যৱান ধাতুৰ মূল্য। সোনৰে মূল্যই আকাশ চুইছেগৈ এই বতৰত। বুধবাৰে দিল্লীৰ চৰোফা বজাৰত সোনৰ মূল্য প্ৰতি ১০ গ্ৰামত ২১৫ টকাকৈ বৃদ্ধি পাই এই মূল্য ৪৯,০৫৯ হৈছেগৈ। এইচডিএফচিৰ সূত্ৰৰ পৰা লাভ কৰা হৈছে এই তথ্য। ইয়াৰ পূৰ্বে প্ৰতি ১০ গ্ৰাম সোনৰ মূল্য আছিল ৪৮,৮৪৪ টকা।

উল্লেখ্য যে, ইয়াৰ লগে বৃদ্ধি পাইছে ৰূপ ধাতুৰো মূল্য। প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ৬৩,৬৩৭ৰ বিপৰীতে ৬৪,৮২২ হৈছেগৈ।অন্যহাতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে দুয়োবিধ ধাতুৰে মূল্য।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি