শেহতীয়া খবৰ
শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত... • কোৰোনাৰ পাছত বানৰ তাণ্ডৱ অসমত! ৬জনে হেৰুৱাইছে প্ৰাণ... • বৰক্ষেত্ৰীৰ লাৰকুছিত উপস্থিত হৈ গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ... VIDEO • ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত... • PUBG খেলাৰ বাবেই ম’বাইল চুৰি কৰি আৰক্ষীৰ জালত ২ কিশোৰ... • লকডাউনৰ প্ৰভাৱঃ বিশ্ববিদ্যালয়-মহাবিদ্যালয়ে কি পদক্ষেপ ল’ব পৰামৰ্শৰ বাবে ৰাজ্যপালৰ উচ্চস্তৰীয় কমিটী গঠন... • ৰোহিত শৰ্মাক ‘ৰাজীৱ গান্ধী খেল ৰত্ন-২০২০’ৰ বাবে মনোনীত...

বিশিষ্ট ভাষাবিদ, সাহিত্যিক ডঃ গোলোকচন্দ্ৰ গোস্বামী মহানগৰীৰ কেজিএমটি হাস্পতালৰ আইচিইউত চিকিৎসাধীন

183
  • বিশিষ্ট ভাষাবিদ, সাহিত্যিক ডঃ গোলোকচন্দ্ৰ গোস্বামী গুৰুতৰভাৱে অসুস্থ।
  • মহানগৰীৰ কেজিএমটি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিশিষ্ট ভাষাবিদগৰাকী।
  • কেজিএমটিৰ আইচিইউত চিকিৎসাধীন গোস্বামী।
  • বিশিষ্ট ভাষাবিদগৰাকীৰ বৰ্তমান বয়স ৯৬ বছৰ।
  • যোৱা ৬ দি ধৰি হাস্পতালত চিকিৎসাধীন হৈ আছে তেওঁ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি