গোলাঘাটৰ ৱাটিঙত নিশা বিধ্বংসী অগ্নিকাণ্ড, ২৫-৩০ লক্ষাধিক টকাৰ ক্ষতি

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • দীপাৱলীৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটত অঘটন।
  • জিলাখনৰ ৱাটিঙত নিশা বিধ্বংসী অগ্নিকাণ্ড।
  • প্ৰায় ২৫-৩০ লক্ষাধিক টকাৰ সা-সামগ্ৰী জাহ গ'ল জুইত।
  • জুইৰ লেলিহান শিখাই দুখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত কৰে।
  • দেৱালীৰ চাকিৰ পৰাই এই জুইৰ সূত্ৰপাতৰ সন্দেহ।
  • অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।
  • এজন সুৰাপায়ী লোকৰ বিৰুদ্ধে অগ্নিনিৰ্বাপক বাহিনীৰ লোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ।
  • লোকজনৰ নাম জোনটি বৰা।
  • স্থানীয় ৰাইজে তেওঁক কৰায়ত্ব কৰি চমজাই দিয়ে আৰক্ষীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in