গোলাঘাটত ট্ৰেকাৰ যাত্ৰীৰ মাজত সংঘৰ্ষ, ছুৰীঘাতত আহত এজন

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • গোলাঘাটৰ ফৰকাটিঙত ছুৰীকাঘাতৰ ঘটনা।
  • দুই ফৈদৰ মাজত সংঘাত হোৱাৰ ফলতেই এই ঘটনা।
  • এখন ট্ৰেকাৰৰ ভিতৰত যাত্ৰীৰ মাজত সংঘটিত হৈছিল সংঘৰ্ষ।
  • ছুৰীকাঘাটত গুৰুত্বৰভাৱে আহত আব্দুল হুছেইন নামৰ এজন যুৱক।
  • ছুৰীকাঘাতত আহত যুৱকজনক চিকিত্‍সালয়ত ভৰ্তি।
  • শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিত্‍সালয়ত ভৰ্তি আব্দুল নামৰ যুৱকজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in