গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই

গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই
  • গোলাঘাট নগৰৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত মঙলবাৰে নিশা চোৰৰ লুট।
  • চোৰে লুটিলে প্ৰায় ৯ লাখ টকাৰ ম'বাইল ফোনৰ লগতে নগদ ধন।
  • নগৰখনৰ কে বি ইলেকট্ৰ'নিকছ নামৰ ম'বাইলৰ বিপণীত চুৰি।
  • চোৰে লুটি নিলে ৭০টাৰো অধিক ম'বাইল ফোন।
  • চোৰে লুটিলে প্ৰায় ২৫ হাজাৰ নগদ ধন।
  • উল্লেখ্য যে, বিগত কিছূুদিন ধৰি নগৰখনত উপদ্ৰৱ চলাই আহিছে চোৰে।
  • আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in