গোলাঘাটত শংকৰদেৱৰ জন্মোৎসৱৰ শোভাযাত্ৰাৰ মাজতে মৃত্যু যুৱকৰ

গোলাঘাটত শংকৰদেৱৰ জন্মোৎসৱৰ শোভাযাত্ৰাৰ মাজতে মৃত্যু যুৱকৰ
  • গোলাঘাটত মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ জন্মোৎসৱৰ শোভাযাত্ৰাত অঘটন।
  • শোভাযাত্ৰাৰ মাজতে ৰাজপথত ঢলি পৰি যুৱকৰ মৃত্যু।
  • কমাৰবন্ধা বকতিয়াল গাঁৱত সংঘটিত হয় এই ঘটনা।
  • মৃত যুৱকজনৰ নাম ৰমেন কৰ্মকাৰ।
  • শোভাযাত্ৰাত খোল বাদন কৰি থকা অৱস্থাত ঢলি পৰিছিল যুৱকজন।
  • ঢলি পৰাৰ কিছু মুহূৰ্তৰ পাছতেই মৃত্যু হয় যুৱকজনৰ।
  • যুৱকজনৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in