বিধেয়কৰ বিৰুদ্ধে গোলাঘাটত উত্তাল প্ৰতিবাদ, VIDEO

বিধেয়কৰ বিৰুদ্ধে গোলাঘাটত উত্তাল প্ৰতিবাদ, VIDEO
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত।
  • মঙলবাৰে গোলাঘাটতো উত্তাল প্ৰতিবাদ।
  • ৭০ সংগঠনৰ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।
  • অৰ্ধ উলংগ হৈ পথৰ বাগৰি পথ অৱৰোধ কৰিলে প্ৰতিবাদকাৰী সকলে।
  • বিজেপি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল আকাশ-বতাহ।
  • শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in