শেহতীয়া খবৰ
২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক  •  ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ  •  মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড  •  ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত  •  ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...  •  বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ  •  ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু...  •  এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে...  •  ২২ জুলাইত জোনবাইলৈ উৰা মাৰিব চন্দ্ৰযান-২

বিধেয়কৰ বিৰুদ্ধে গোলাঘাটত উত্তাল প্ৰতিবাদ, VIDEO

506
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত।
  • মঙলবাৰে গোলাঘাটতো উত্তাল প্ৰতিবাদ।
  • ৭০ সংগঠনৰ প্ৰতিবাদকাৰীয়ে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।
  • অৰ্ধ উলংগ হৈ পথৰ বাগৰি পথ অৱৰোধ কৰিলে প্ৰতিবাদকাৰী সকলে।
  • বিজেপি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল আকাশ-বতাহ।
  • শতাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি