শেহতীয়া খবৰ
বিৰোধী ঐক্য  •  ডিফু সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেণছিং ইংতিৰ মনোনয়ন দাখিল...  •  তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে...  •  নাতিসহ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুনৰ কংগ্ৰেছত যোগদান...  •  মোডীৰ ১৫ লাখ টকীয়া নহয়, এইবাৰ ৰাহুলৰ ৭২ হাজাৰ টকীয়া প্ৰতিশ্ৰুতিঃ কংগ্ৰেছ শাসনলৈ আহিলেই ৰূপায়ন হ'ব নুন্যতম আয় গেৰেন্টী যোজনা  •  লোকসভা নিৰ্বাচন কোন সমষ্টিৰ পৰা খেলিব মোহময়ী অভিনেত্ৰী উৰ্মিলাই...  •  তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে দাখিল কৰিলে মনোনয়ন  •  প্ৰতিষ্ঠাপক অধ্যক্ষ নৰেশ গোৱেলে এৰিব জেট এয়াৰৱেইজ...  •  মনোনয়ন পত্ৰ দাখিল মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ  •  এক নম্বৰী বিজেপিৰ স্থান নাই বিজেপিতঃ তৰুণ গগৈ

গোলাঘাটত জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে কবিতা প্ৰতিবাদ

98

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কবিতা প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে গোলাঘাটত অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাঘাট জিলা কবি সন্মিলন আৰু গোলাঘাট সদৰ কবি সন্মিলনৰ যৌথ উদ্যোগত নগৰখনৰ বাটা পইন্টত বিধেয়কখনৰ বিৰোধিতা কৰি কবিতাৰে প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীয়ে। উক্ত প্ৰতিবাদস্থলীত ভালেসংখ্যক ন-পুৰণি কবিয়ে অংশগ্ৰহণ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি