গোলাঘাট আৰক্ষীৰ জালত ১৩ গভাইত চোৰ

গোলাঘাট আৰক্ষীৰ জালত ১৩ গভাইত চোৰ
  • গোলাঘাট আৰক্ষীৰ চোৰৰ বিৰুদ্ধে অভিযান।
  • অভিযানত আৰক্ষীৰ জালত ১৩টা গভাইত চোৰ।
  • গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে মহিলাৰ বেগ কাঢ়ি নিয়া ২ চোৰ, পানীৰ মটৰ চুৰি কৰা ২ চোৰ আৰু চুৰি পানীৰ মটৰ ক্ৰয় কৰা ৯জন লোক।
  • মহিলাৰ বেগ কাঢ়ি নিয়া ২ চোৰ ধৃত সঞ্জু ভূমিজ আৰু ৱাহিদুৰ আলী।
  • চোৰ দুটাৰ পৰা এখন বাইকো জব্দ কৰে আৰক্ষীয়ে।
  • পানীৰ মটৰ চুৰি কৰা দুটা চোৰ পাৰ্থ কলিতা আৰু প্ৰদীপ্ত দত্ত।
  • ইফালে আৰক্ষীয়ে আৰু জব্দ কৰে ৭টা চুৰি পানী মটৰ আৰু ৩টা বাইকৰ চুৰি টায়াৰ জব্দ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in