শেহতীয়া খবৰ
গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...  •  ন্যায়ালয়ৰ অনুমতি, ৫ দিনৰ বাবে চিবিআইৰ জিম্মাত থাকিব পি চিদাম্বৰাম...  •  ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা  •  ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা

গোলাঘাটত নিচাযুক্ত সামগ্ৰী-জুৱাৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

55
  • গোলাঘাটত মদ , জুৱা , ড্ৰাগছ আৰু ভাঙৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ ধাৰাবাহিক অভিযান ।
  • গোলাঘাট নগৰৰ বেঙেণাখোৱাৰ যোগেশ্বৰ নগৰৰ আচিক হুছেইন ৰ ঘৰত নিশা অভিযান চলাই আৰক্ষীয়ে এটা বৃহৎ জুৱাৰ ঘাটি উৎখাত।
  • জুৱাৰ ঘাটিৰ পৰা তিনি জুৱাৰীক গ্ৰেপ্তাৰ কৰে ।
  • গ্ৰেপ্তাৰ কৰা তিনিজন হৈছে দ্বীপজ্যোতি শইকীয়া , লিপিবত নাথ আৰু ঘৰৰ গৰাকী আচিক হুছেইন ।
  • পলাই যাবলৈ সক্ষম হয় প্ৰায় ২০ জনৰো অধিক জুৱাৰী ।
  • তিনি জুৱাৰীৰ লগতে নগদ ২৬,৯০০ টকা আৰু অন্যান্য সামগ্ৰী জব্দ কৰে ।
  • সমান্তৰালকৈ শুকুৰবাৰে আৰক্ষীয়ে নগৰৰ হিন্দী স্কুল ৰডৰ বাবুজানৰ ঘৰত অভিযান চলাই গাঞ্জা আৰু নগদ প্ৰায় এহেজাৰ টকা জব্দ কৰে ।
  • অভিযান কালত বাবুজানৰ পত্নী এলিজা বেগমক গ্ৰেপ্তাৰ কৰে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি