শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

অনুসূচীত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত প্ৰতিবাদ

27
  • অনুসূচীত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবী।
  • গোলাঘাটত অনুসূচিত জাতি যুৱ পৰিষদৰ প্ৰতিবাদ।
  • গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।
  • অতি শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ মানি লোৱাৰ দাবী।
  • অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।
  • প্ৰতিবাদৰ অন্তত গোলাঘাটৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে এখন স্মাৰক পত্ৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি