অনুসূচীত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত প্ৰতিবাদ

অনুসূচীত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত গোলাঘাটত প্ৰতিবাদ
  • অনুসূচীত জাতিক স্বায়ত্ব শাসন প্ৰদানৰ দাবী।
  • গোলাঘাটত অনুসূচিত জাতি যুৱ পৰিষদৰ প্ৰতিবাদ।
  • গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।
  • অতি শীঘ্ৰে তেওঁলোকৰ দাবীসমূহ মানি লোৱাৰ দাবী।
  • অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।
  • প্ৰতিবাদৰ অন্তত গোলাঘাটৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলে এখন স্মাৰক পত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in