শেহতীয়া খবৰ
তামুলপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন  •  আহমেদাবাদত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ জনসভাত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO  •  থিয়নামেৰে জীপাল হ'ল বামুণীমৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্ত্তন ঘৰ, চাওক VIDEO...  •  বিজেপিক সমৰ্থনেৰে দিয়া বিবৃতিৰ বাবেই অপসাৰিত হ’ল ২ আক্ৰাছু নেতা  •  ‘বীৰ চক্ৰ’ৰ বাবে ভাৰতীয় বায়ু সেনাৰ পৰা উইং কামাণ্ডাৰ অভিনন্দনৰ নাম প্ৰেৰণ...  •  কোকৰাঝাৰত বিপিএফৰ বিশাল সমদল... VIDEO  •  ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ  •  নৱ শৰণীয়া নিজেই জেলৰ ভাত খোৱা মানুহ, তেওঁ আনক কি বুজনি দিবঃ বিশ্বজিত দৈমাৰী  •  আক্ৰাছুৰ ২ নেতাক অপসাৰণ  •  শুৱালকুছিত কংগ্ৰেছৰ সভাতে ভানুক উদ্দেশ্যি শিলগুটি নিক্ষেপ ছদ্মৱেশী বিজেপি সমৰ্থকৰ

গোলাঘাটৰ সৰুপথাৰত ডাইনীৰ সন্দেহত এগৰাকী মহিলাক হত্যাৰ চেষ্টা

46
  • গোলাঘাটৰ সৰুপথাৰত জঘন্য ঘটনা।
  • ডাইনীৰ সন্দেহত এগৰাকী মহিলাক হত্যাৰ চেষ্টা।
  • ঘটনাস্থলীত উপস্থিত আৰক্ষী।
  • ঘটনা সন্দৰ্ভত জিতেন মুৰ্মু, ডডেন মুৰ্মু আৰু গোবিন মুৰ্মু নামৰ তিনিজনক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি