গোলাঘাটত শুদ্ধ এন আৰ চি প্ৰস্তুতৰ দাবীত সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ

গোলাঘাটত শুদ্ধ এন আৰ চি প্ৰস্তুতৰ দাবীত সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ
  • শুকুৰবাৰে গোলাঘাটতো সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ।
  • ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বিসংগতি হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।
  • শীঘ্ৰে বিসংগতিসমূহ দূৰ কৰাৰ দাবী সংগঠনটোৰ।
  • এখন নিকা আৰু স্বচ্ছ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবী সংগঠনটোৰ।
  • উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে।
  • সংগঠনটোৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন এনআৰচি খচৰাত নাম বাদ পৰা গোলাঘাট আৰু কাৰ্বিআংলঙৰ একাংশ লোকৰ।
  • ইফালে একাংশ ডি ভোটাৰেও অংশ লৈছে এই প্ৰতিবাদত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in