গোলাঘাটৰ ২ সংবাদকৰ্মীৰ দেহত কোৰোনা…

গোলাঘাটৰ ২ সংবাদকৰ্মীৰ দেহত কোৰোনা…
  • গোলাঘাটৰ দুজন সংবাদ কৰ্মীৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।
  • এটা ব্যক্তিগত নিউজ চেনেলৰ ভিডিঅ' সাংবাদিক প্ৰশান্ত ভূঞা আৰু এখন দৈনিক বাতৰি কাকতৰ গোলাঘাটৰ ক্ৰীড়া সংবাদদাতা ৰপক দত্ত আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • উল্লেখযোগ্য যে, ১৩ দিন ধৰি কোৱাৰেন্টাইনত আছিল প্ৰশান্ত ভূঞা ।
  • ১৩ দিনৰ পাছত হে তেওঁৰ পজেতিভ আহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in