পলকতে গোলাঘাটৰ বাতৰি, ক’ত কোন প্ৰাৰ্থী জয়ী?

  • গোলাঘাত জিলাৰ বোকাখাটৰ ৪ জিলা পৰষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী।
  • কাজিৰঙা জিলা পৰিষদত জয়ী হৈছে বিজেপি প্ৰাৰ্থী সীতা পানিকা।
  • বোকাখাত জিলা পৰিষদত জয়ী বিজেপি প্ৰাৰ্থী চিৰাম দাস।
  • মহুৰা জিলা পৰিষদত জয়ী হৈছে বিজেপিৰ ৰশ্মি কাকতী।
  • ৰঙামাটি জিলা পৰিষদত বিজেপি প্ৰাৰ্থী ৰঞ্জীত খণ্ডাইটৰ জয়লাভ।
  • গাঁও পঞ্চায়তৰ সভাপতি পদত ১২টা ৱাৰ্ডত জয়ী হৈছে বিজেপি প্ৰাৰ্থী।
  • অগপই লাভ কৰিছে ৭টা ৱাৰ্ড, কংগ্ৰেছৰ দখললৈ এটা।
  • আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ১৫ টা ৱাৰ্ডতে জয়ী বিজেপি।
  • অগপই ৪ আৰু কংগ্ৰেছৰ ১ টা ৱাৰ্ডত জয়লাভ।
  • গাঁও পঞ্চায়তৰ সদস্য পদত ঘোষিত হোৱা ফলাফলৰ ১০৯ টা ৱাৰ্ডতে জয়ী বিজেপি প্ৰাৰ্থী।
  • কংগ্ৰেছৰ দখললৈ ২৮টা ৱাৰ্ড।
  • তাৰ বিপৰীতে অগপ প্ৰাৰ্থী জয়ী হৈছে ৭০ টা ৱাৰ্ডত।
  • অন্যন্য প্ৰাৰ্থীৰ দখললৈ ২ ৱাৰ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in