গোলাঘাটত ‘লাডেন’ৰ আক্ৰমণত মাতৃ-পুত্ৰৰ মৃত্যু

ফাইল ফটো
ফাইল ফটো
  • গোৱালপাৰাত বন্যহস্তী আৰু মানুহৰ সংঘাত।
  • 'লাডেন' নামৰ বন্যাহস্তীটোৰ আক্রমণত প্ৰাণ গ'ল মাতৃ-পুত্ৰৰ।
  • নিহত মহিলাগৰাকী ৰশ্মিলা ৰায় আৰু দুবছৰীয়া পুত্ৰ কিৰণ মগৰ।
  • দীৰ্ঘদিন ধৰি বন্যহস্তীটোৱে সন্ত্ৰাস চলাই আহিছিল অঞ্চলটোত।
  • বহুকেইটা বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰে বন্যাহস্তীটোৱে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in