গোলাঘাটৰ মঙ্গলমূৰ্ত্তি আৰু বিকানেৰ ডিজাইন চেন্টাৰত আয়কৰ বিভাগৰ তালাচী

গোলাঘাটৰ মঙ্গলমূৰ্ত্তি আৰু বিকানেৰ ডিজাইন চেন্টাৰত আয়কৰ বিভাগৰ তালাচী

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰত এখনৰ পাছত এখন ব্যৱসায়ী প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অব্যাহত আছে। মঙলবাৰে দুপৰীয়াৰ পৰা গোলাঘাট আৰু যোৰহাটৰ আয়কৰ বিভাগে নগৰখনৰ দুখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত উপস্থিত তলাচী চলায়। কাপোৰ ব্যৱসায়ী প্ৰতিষ্ঠান মঙ্গলমূৰ্ত্তি আৰু বিকানেৰ ডিজাইন চেন্টাৰত আয়কৰ বিভাগৰ দলটোৱে নথি-পত্ৰ পৰীক্ষণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in