শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

গোলাঘাটৰ মঙ্গলমূৰ্ত্তি আৰু বিকানেৰ ডিজাইন চেন্টাৰত আয়কৰ বিভাগৰ তালাচী

106

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰত এখনৰ পাছত এখন ব্যৱসায়ী প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অব্যাহত আছে। মঙলবাৰে দুপৰীয়াৰ পৰা গোলাঘাট আৰু যোৰহাটৰ আয়কৰ বিভাগে নগৰখনৰ দুখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠানত উপস্থিত তলাচী চলায়। কাপোৰ ব্যৱসায়ী প্ৰতিষ্ঠান মঙ্গলমূৰ্ত্তি আৰু বিকানেৰ ডিজাইন চেন্টাৰত আয়কৰ বিভাগৰ দলটোৱে নথি-পত্ৰ পৰীক্ষণ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি