গোলাঘাটত বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযান, উচ্চেদ কাঠফলা মিল

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • গোলাঘাটত বন বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযান।
  • অভিযান চলিল অবৈধ কাঠফলাৰ মিলৰ বিৰুদ্ধে।
  • গোলাঘাটৰ হাতীয়েখোৱা অঞ্চলত দুটাকৈ কাঠফলাৰ মিল উচ্ছেদ কৰিলে বনবিভাগে।
  • দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধ ভাৱে অবৈধ কাঠৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ।
  • জনৈক ফুকন আৰু আহমেদ উপাধিৰ দুজনৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ৷
  • সোমবাৰে উৎখাত কৰিলে দুটাকৈ ঘাটি।
  • মেচিন আৰু বিভিন্ন সা-সজুঁলিৰ লগতে উদ্ধাৰ হ'ল বহু মূল্যবান গছৰ কুণ্ডা।
  • এই অভিযানত সহযোগ আগবঢ়াইছিল স্থানীয় পূব আঞ্চলিক ছাত্ৰ সন্থাই।
  • ইপিনে আহমেদ উপাধিৰ ব্যক্তিজনৰ মিলটো বৈধ বুলি দাবী কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in