অপৰিৱৰ্তিত গোলাঘাটৰ বান পৰিস্থিতি

অপৰিৱৰ্তিত গোলাঘাটৰ বান পৰিস্থিতি

ডিজিটেল ডেস্কঃ গোলাঘাটত বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। বিপদ সীমাৰ ওপৰৰে বৈ আছে দৈয়াং নৈৰ পানী।

নগা পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত দৈয়াং জলবিদ্যুত প্ৰকল্পৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি পাইছে। ৪খন গেটেৰে নীপকোৱে অতিৰিক্ত পানী এৰি দিয়াৰ ফলত মেৰাপানীত ঘৰৰ মূধচৰে বৈছে পানী।

ৰাতি এইদৰে বৰপথাৰ, মেৰাপানী, সৰুপথাৰ, কমাৰগাঁও আদি অঞ্চলত জিলা প্ৰশাসন আৰু এছ আৰ ডি এফে বানাক্ৰান্তক উদ্ধাৰৰ অভিযান চলায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in