লণ্ডনৰ পৰা গোলাঘাটলৈ অহা দম্পতীৰ দেহত কোভিড-১৯…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ সোমবাৰে গোলাঘাটত বিদেশৰ পৰা ঘূৰি অহা এহাল দম্পতীৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। জানিব পৰা মতে, গোলাঘাটত থকা পিতৃ-মাতৃৰ বাসলৈ লণ্ডনৰ পৰা আহিছিল দুয়ো। তেওঁলোকে অসমত আহি পোৱাৰ পাছতে কোভিড টেষ্ট কৰোৱা হৈছিল।

এই টেষ্ট কৰাৰ পাছতে সোমবাৰে তেওঁলোকৰ দেহত ধৰা পৰা এই ভাইৰাছৰ উপস্থিতি। দম্পতী হালৰ কোভিড টেষ্টৰ কৰা স্বাস্থ্য কৰ্মীসকলে এয়া মিউটেন্ট কোভিড-১৯ হ'ব পাৰে বুলি সন্দেহ ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in