গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক

গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক
  • বৃহস্পতি বাৰে গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক।
  • গোলাঘাটৰ তপন নগৰৰ পৰা আটক বিতোপন শৰ্মা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক।
  • ধৃত বিতোপন শৰ্মাই ব্ৰাউন ছুগাৰৰ ব্যৱসায় কৰাৰ লগতে নিজেও সেৱন কৰে।
  • যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে কিছু পৰিমাণৰ ড্ৰাগছ।
  • উল্লেখযোগ্য যে গোলঘাটত ড্ৰাগছৰ মুকলি বেহা চলি আহিছে যদিও আৰক্ষীয়ে ইয়াক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে।
  • ইয়াৰ ফলত নতুন প্ৰজন্মৰ একাংশ ছাত্ৰ, যুৱক যুৱতীৰ ভবিষ্যত হৈ পৰিছে অন্ধকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in