শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক

78
  • বৃহস্পতি বাৰে গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক।
  • গোলাঘাটৰ তপন নগৰৰ পৰা আটক বিতোপন শৰ্মা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক।
  • ধৃত বিতোপন শৰ্মাই ব্ৰাউন ছুগাৰৰ ব্যৱসায় কৰাৰ লগতে নিজেও সেৱন কৰে।
  • যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে কিছু পৰিমাণৰ ড্ৰাগছ।
  • উল্লেখযোগ্য যে গোলঘাটত ড্ৰাগছৰ মুকলি বেহা চলি আহিছে যদিও আৰক্ষীয়ে ইয়াক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈছে।
  • ইয়াৰ ফলত নতুন প্ৰজন্মৰ একাংশ ছাত্ৰ, যুৱক যুৱতীৰ ভবিষ্যত হৈ পৰিছে অন্ধকাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি