গোলাঘাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ বৃহৎ জোঁৰ সমদল

গোলাঘাটত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আছুৰ বৃহৎ জোঁৰ সমদল
  • গোলাঘাটত আছুৰ বৃহৎ জোঁৰ সমদল।
  • সৰুপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী।
  • সহস্ৰাধিক ৰাইজ আৰু ছাত্ৰকৰ্মীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদত।
  • সৰুপথাৰ ৰাজহুৱা খেলপথাৰৰ পৰা সৰুপথাৰৰ নগৰসহ গান্ধীমূৰ্তিৰ সমীপলৈকে হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in